SSC Constable Recruitment 2021 – Apply Online For 25271 Constable GD Vacancies

Staff Selection Commission ত চাকৰি ২০২১

মুঠ পদৰ সংখ্যাঃ ২৫২৭১ টা

আবেদন প্ৰক্ৰিয়াঃ অনলাইন

আবেদনৰ অন্তিম তাৰিখঃ ৩১ আগষ্ট ২০২১

SSC Constable GD Recruitment

ষ্টাফ চেলেকচন কমিচন চুমকৈ SSC ৰ দ্বাৰা প্ৰায় ২৫,২৭১ টা বিভিন্ন বিভাগৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিববলৈ অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে। চাকৰিপ্ৰত্যাশী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে উক্ত খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদন কৰিবলৈ যোৱাৰ আগতে আৰু বিজ্ঞাপন সমন্ধীয় সকলো তথ্যৰ বাবে তলৰ আৱশ্যকীয় লিংকৰ পৰা অফিচিয়েল জাননীটো ডাউনলদ কৰি পঢ়ি ল’বলৈ প্ৰাৰ্থীসকলক  অনুৰোধ জনালোঁ। তলত পদসমূহৰ চমু বিৱৰণ তথা কেতিয়া আৰু কেনেকৈ আবেদন কৰিব লাগিব আদি মূল তথ্যসমূহ উল্লেখ কৰা হ’ল।

পদসমূহৰ বিৱৰণঃ

১) পুৰুষৰ বাবে

BSF - ৬৪১৪ টা

CISF- ৭৬১০ টা

CRPF - ০

SSB - ৩৮০৬ টা

ITBP - ১২১৬ টা

AR - ৩১৮৫ টা

NIA - ০ টা

SSF - ১৯৫ টা


২) মহিলাৰ বাবেঃ

BSF - ১১৩২ টা

CISF - ৮৫৪ টা

ITBP - ২১৫ টা

AR - ৬০০ টা

SSF ৪৬ টা 

কি কি অৰ্হতা আৰু যোগ্যতা থাকিব লাগিব?

শিক্ষাগত অৰ্হতাঃ

আবেদন কৰিবলৈ বিচৰা প্ৰাৰ্থী গৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ।

✓ প্ৰাৰ্থীগৰাকী ভাৰতীয় স্থায়ী নাগৰিক হ’ব লাগিব

বয়সৰ সময়সীমা :

প্ৰাৰ্থীগৰাকীৰ বয়স ১৮ বছৰতকৈ কম আৰু ২৩ বছৰতকৈ বেছি হ’ব নোৱাৰিব। 

লগতে উৰ্ধসীমাৰ ক্ষেত্ৰত SC/ST প্ৰাৰ্থীৰ বাবে ৫ বছৰ, OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰ, PwD প্ৰাৰ্থীৰ বাবে ১০ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব।

আবেদন মাচুলঃ

General/ OBC: ‌১০০ টকা ।

SC/ ST/ PwD/ ESM/ Female: নালাগে ।

কিদৰে আবেদন কৰিব লাগিব?

আগ্ৰহী আৰু অৰ্হতাসমপন্ন প্ৰাৰ্থীসকলে ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ পৰা ২১ মাৰ্চ ২০২১ তাৰিখলৈকে অফিচিয়েল ৱেবছাইত https://ssc.nic.in/ ত গৈ SSC Recruitment Portal ত প্ৰয়োজনীয় সকলো ডকুমেণ্টচ্ আৰু শুদ্ধ তথ্যৰে উক্ত পদসমূহৰ বাবে অনলাইন আবেদন জনাব পাৰিব।

আৱশ্যকীয় লিংক SSC ৰ

অফিচিয়েল বিজ্ঞাপনঃ ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈঃ ইয়াত ক্লিক কৰক