Assam Health Department Recruitment : DHS, DHSFW, DME, AYUSH

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত চাকৰি

1. স্বাস্থ্য সেৱা সঞ্চালকালয় (DHS) ৰ চাকৰি।
পদৰ সংখ্যা: 2720 টা
পদৰ নাম: গ্রেড-3 আৰু গ্রেড-4
অৰ্হতা: অষ্টম পাছৰ পৰা
অন্তিম তাৰিখ: 28/02/2022
আবেদনৰ বাবে ক্লিক কৰক: Click Here .

2. অসম চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) ত চাকৰি।
পদ সংখ্যা: 962 টা
পদৰ নাম: গ্রেড-3 আৰু গ্রেড-4
অৰ্হতা: অষ্টম পাছৰ পৰা
অন্তিম তাৰিখ: 28/02/2022
আবেদনৰ বাবে ক্লিক কৰক: Click Here .

স্বাস্থ্য বিভাগত ওলোৱা Grade-III আৰু Grade-IV ৰ বিজ্ঞাপনৰ লগত ধুবুৰী মেডিকেল কলেজৰ কিছু পদ নতুনকৈ যোগ হোৱা বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ 07/04/2022 লৈ পিছুৱাই দিয়া হৈছে । যিসকল প্ৰাৰ্থীয়ে আগতে আবেদন কৰিছিল তেওঁলোকে নতুনকৈ আবেদন কৰিব নালাগে ।

3. অসম চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ চাকৰি।
পদ সংখ্যা: 56 টা
পদৰ নাম: গ্রেড-3 আৰু গ্রেড
অৰ্হতা: অষ্টম পাছৰ পৰা
অন্তিম তাৰিখ: 28/02/2022
আবেদনৰ বাবে ক্লিক কৰক: Click Here .

4. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (DHSFW)ৰ চাকৰি।
পদৰ সংখ্যা: 207 টা
পদৰ নাম: ANM আৰু LDA
অহঁতা: অষ্টম পাছৰ পৰা
অন্তিম তাৰিখ: 28/02/2022
আবেদনৰ বাবে ক্লিক কৰক: Click Here .

5. ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসমত চাকৰি।
পদৰ সংখ্যা: 154 টা
পদৰ নাম: চিকিৎসা বিষয়া
অৰ্হতা: MBBS
অন্তিম তাৰিখ: 20/02/2022
আবেদনৰ বাবে ক্লিক কৰক: Click Here .