Assam Postal Circle Recruitment of 1143 GDS Posts : ডাক বিভাগত চাকৰি

Assam Postal Circle Recruitment 2022

অসম ডাকসেৱা বিভাগত খালী হােৱা 1143 টা গ্রামীণ ডাকসেৱকৰ পদৰ বাবে আবেদন অনলাইন লিংক 02/05/2022 পৰা মুকলি কৰি দিয়া হৈছে। প্রার্থী সকল তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰিব।
Post office job

Details of Posts (পদৰ বিৱৰণ)

পদৰ নাম: গ্রামীণ ডাকসেৱক (GDS)

পদৰ সংখ্যা: 38,926

অসমৰ বাবে: 1,143

Cachar: 153 (UR-65, OBC-37, SC-9, ST-26, EWS-13,PWD-3]

Goalpara: 145 [UR-63, OBC-38, SC-10, ST-17, EWS-15, PWD-2]

Nalbari: 161 [UR-74, OBC-42, SC-10, ST-17, EWS-13,PWD-5]

Sivasagar: 101 [UR-47, OBC-27, SC-5, ST-11, EWS-9,PWD-2]

Darrang: 101 [UR-39, OBC-32, SC-11, ST-13, EWS-5,PWD-1]

Guwahati: 112 [UR-51, OBC-32, SC-7, ST-10, EWS-9,PWD-3]

RMS GH Division: 25 [UR-5, OBC-2, SC-O, ST-1, EWS-15, PWD-2]

Tinsukia: 41 [UR-14, OBC-3, Sc-9, ST-5, EWS-10,PWD-0]

Dibrugarh:145 [UR-46, OBC-37, SC-19, ST-15, EWS-24, PWD-4]

Nagaon: 171 [UR-78, OBC-46, SC-12, ST-20, EWS-9,PWD-6]

RMS S Division: 05 [UR-3, OBC-1, SC-0, ST-1, EWS-0,PWD-O]

Educational Qualification(শিক্ষাগত অৰ্হতা): কোনাে স্বীকৃতি প্রাপ্ত বােৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্রিক পৰীক্ষাত উত্তীর্ণ হব লাগিব।

স্থানীয় ভাষা অর্থাৎ অসমীয়া/বড়াে/বঙালী নুন্যতম দশম শ্রেণী (Class x) লৈ পঢ়িবলাগিব।

এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্রার্থীসকলেও আবেদন কৰিব পাৰিব।

দৰমহা: নির্বাচিত প্রার্থীক প্রতি মাহে 10,000 -14,500 টকা হিচাপত দৰমহা দিয়া হব।

বয়সৰ সময়সীমা: আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Application Fees: (আবেদন মাচুল)

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।

SC/ST/Female আৰু PH প্রার্থীয়ে আবেদন মাচুল দিব নালাগে।

How to Apply for India Post )কেনেকৈ আবেদন কৰিব):

পদসমূহৰ বাবে অনলাইন যােগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে৷ ইচ্ছুক প্রার্থী সকলে 02/05/2022 ৰ পৰা 05/06/2022 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব। আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰথমে নিজৰ পঞ্জীয়ন কৰিব লাগিব ডাক বিভাগৰ ৱেবছাইট https://indiapostgdsonline.gov.inত। ইয়াৰ বাবে দশম শ্ৰেণীৰ প্ৰমাণ পত্ৰ অনুসৰি পিতৃ–মাতৃৰ নাম পূৰণ কৰিব লাগিব। পঞ্জীয়ন কৰাৰ সময়ত মোবাইল নম্বৰ আৰু ই–মেইল আইডিও দিব লাগিব। ইয়াৰ বাহিৰেও জন্ম তাৰিখ, লিংগ, সম্প্ৰদায়, অক্ষমতাৰ প্ৰমাণ পত্ৰ (যদি আছে), দশম উত্তীৰ্ণ হোৱা ৰাজ্য, দশম উত্তীৰ্ণৰ ভাষা আৰু দশম শ্ৰেণী উত্তীৰ্ণৰ বৰ্ষ পূৰণ কৰিব লাগিব। ইয়াৰ লগতে ফটো আৰু স্বাক্ষৰৰ স্কেন কৰা কপি আপলোড কৰিব লাগিব।

নিৰ্বাচন মেধাৰ ওপৰত হ’ব
আবেদন কৰা প্ৰাৰ্থীৰ নিৰ্বাচন মেধাৰ ভিত্তিত হ’ব। যিসকল আবেদনকাৰীয়ে সকলো মাপকাঠী পূৰণ কৰিব, তেওঁলোকৰ নম্বৰ মেৰিট হ’ব আৰু নিৰ্বাচনৰ পিছত প্ৰাৰ্থীসকলক নথিপত্ৰ পৰীক্ষণৰ বাবে মাতি অনা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীসকলে ফটোকপিৰ সৈতে তেওঁলোকৰ মূল নথি-পত্ৰসহ হাজিৰ হ’ব লাগিব। যদি সকলো নথি-পত্ৰ শুদ্ধ বুলি ধৰা পৰে, তেন্তে এনে নিৰ্বাচিত প্ৰাৰ্থীক অফাৰ লেটাৰ প্ৰদান কৰা হ’ব।

Important Dates

অনলাইন আবেদন আৰম্ভ: 02/05/20222.

আবেদনৰ অন্তিম তাৰিখ: 05/06/2022

Online Apply: Registration | Login .

Advertisement: Click Here .

Vacancy Details: Click Here .